মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ শান্ত হৈ কর্ম কৰক ৷ নিৰ্ণয় লোৱাত কিছু খেলিমেলি হʼব পাৰে ৷
বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ প্ৰেমত শুভ ৷ ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই আপোনজনক সংগ দিব ৷ স্বাস্থ্যৰ যত্ন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷
মিথুন ৰাশি :কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ লক্ষ্য সফল ৷ ভাগ্য ভাল ৷
কৰ্কট ৰাশি : দিনটো প্ৰায় ভাল ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চা নকৰিব ৷
সিংহ ৰাশি : জ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কর্ম কৰক ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
কন্যা ৰাশি :দিনটো শুভ ৷ বহুতো ব্যক্তিৰ লগত সংযোগ স্থাপন হʼব ৷ ভাল বন্ধু লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷