অসম

assam

অমীমাংসিতভাৱে সমাপ্ত নেদাৰলেণ্ড আৰু ফ্ৰান্সৰ মাজৰ ৰোমাঞ্চকৰ মেচ - Euro 2024

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 9:05 PM IST

লাইপজিগ ষ্টেডিয়ামত ফ্ৰান্স আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলখনত অমীমাংসিতভাৱে সমাপ্ত হয় ৷ দুয়োটা দলে গ’ল কৰাত ব্যৰ্থ হয় ৷ ফ্ৰান্সৰ তাৰকা কাইলিয়ান এমবাপে পূৰ্বৰ খেলখনত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এই খেলখনত তেওঁ অৱৰ্তীণ হোৱাত ব্যৰ্থ হয় ৷ (AP Photos)
নেদাৰলেণ্ডৰ ৱাউট ৱেগহৰ্ষ্টে খেলৰ শেষত সমৰ্থকক সম্ভাষণ জনাইছে (AP Photos)
নেদাৰলেণ্ডৰ জেভি ছিমনছে বাওঁফালৰ পৰা গ’ল কৰে যদিও অফছাইড হোৱাৰ বাবে গ’লটো অমান্য ঘোষণা কৰা হয় (AP Photos)
ফ্ৰান্সৰ অউছমেন ডেম্বলেয়ে সোঁফালে বলটো পাছ কৰা সময়ত নেদাৰলেণ্ডৰ নাথান আকে তেওঁক বাধা দিবলৈ চেষ্টা কৰে (AP Photos)
তলত নেদাৰলেণ্ডৰ জেৰ্ডি শ্বাউটেনে ফ্ৰান্সৰ এড্ৰিয়েন ৰাবিঅ’ক ৰখাবলৈ চেষ্টা কৰিছে (AP Photos)
নেদাৰলেণ্ডৰ টিজ্জানি ৰেইণ্ডাৰছে ডিফেণ্ড কৰাৰ সময়ত বলটো হেড কৰে (AP Photos)
সুযোগ হেৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ ফ্ৰান্সৰ এণ্টোৱান গ্ৰীজমেনৰ (AP Photos)
নেদাৰলেণ্ডে খেলখনত বহু সুযোগ সৃষ্টি কৰিছিল (AP Photos)
গ্ৰুপ ডিৰ নেদাৰলেণ্ড আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ পূৰ্বে ফটোৰ বাবে ফ্ৰান্সৰ পোজ (AP Photos)

ABOUT THE AUTHOR

...view details