মাঘ বিহুৰ উৰুকা : ভোগালীৰ ভোগ বিচাৰি মহানগৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ - MAGH BIHU 2025
![মাঘ বিহুৰ উৰুকা : ভোগালীৰ ভোগ বিচাৰি মহানগৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ ভোগালী মেলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-01-2025/1200-675-23313799-thumbnail-16x9-ghy.jpg?imwidth=3840)
আজি মাঘ বিহুৰ উৰুকা । কাইলৈ বিহু । উৰুকাত সকলোৱে লগে ভাগে এসাজ খাবলৈ মাছ, মাংস ক্ৰয় কৰিছে । ইফালে মহানগৰীৰ বজাৰত উভয় নদী হৈ পৰিছে লাড়ু, পিঠা । লাড়ু, পিঠা, দৈ, চিৰা, ক্ৰীম, হুৰুম বিচাৰি গ্ৰাহকে ভিৰ কৰিছে ।
(Magh Bihu Uruka 2025)
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 13, 2025, 12:18 PM IST