ETV Bharat / photos

ঐতিহাসিক জোনবিল মেলাৰ কেইটামান বিশেষ মুহূৰ্ত - HISTORIC JONBEEL MELA

HISTORIC JONBEEL MELA 2025
শনিবাৰে সামৰণি পৰিল জোনবিল মেলা ৷ জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা জোনবিলৰ পাৰত অনুষ্ঠিত হয় এই মেলা । মাঘ বিহুৰ পিছৰটো সপ্তাহত এই মেলা অনুষ্ঠিত হয় ৷ পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে আলু, কচু আদি বিনিময় কৰে ভৈয়ামৰ লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, মাছ আদিৰ সৈতে । (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 8:19 PM IST

Updated : Jan 18, 2025, 9:01 PM IST

Last Updated : Jan 18, 2025, 9:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.