অসম

assam

ETV Bharat / lifestyle

এইসমূহ বিশেষ বাৰ্তাৰে জনাওক ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভেচ্ছা - NATIONAL GIRL CHILD DAY 2025

আজিৰ দিনটোত সমগ্ৰ ভাৰততে কন্যা শিশু দিৱস উদযাপন কৰা হৈছে সেয়ে আজিৰ এই বিশেষ দিনটোত কিছুমান শুভেচ্ছা বাৰ্তাৰে সজাগতা সৃষ্টি কৰিবলৈ এটি প্ৰয়াস কৰো আহক-

National Girl Child Day 2025 Wishes in Assamese
এইসমূহ বিশেষ বাৰ্তাৰে জনাওক ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভেচ্ছা (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Jan 24, 2025, 5:26 PM IST

আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছে ৷ প্ৰতি বছৰে এই ২৪ জানুৱাৰীৰ বিশেষ দিনটো উদযাপন কৰা হয়, যাৰ উদ্দেশ্য হৈছে কন্যা সন্তানৰ সুৰক্ষা, শিক্ষা আৰু সন্মান ৷

২৪ জানুৱাৰীত কন্যা শিশু দিৱস উদযাপন কৰাৰ কাৰণ হৈছে ইন্দিৰা গান্ধী ৷ দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ পিছত, তেওঁৰ শপত গ্ৰহণৰ দিনটো স্মৰণ আৰু উদযাপন হিচাপে এই দিনটো কন্যা সন্তানৰ প্ৰতি সমৰ্পিত কৰা হয় ৷

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে বিশেষ দিনটোত সকলোকে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি কন্যা সন্তানক সুৰক্ষা আৰু শক্তিশালী কৰক ৷ ইয়াত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ কেইটামান সজাগতা বাৰ্তা উল্লেখ কৰা হৈছে-

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০২৫ৰ শুভেচ্ছা

  1. বেটি বচাও, বেটি পঢ়াও ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত সকলোকে শুভেচ্ছা জনাইছো ৷
  2. য’ত কন্যা সফল হয়, সেই দেশ সদায় প্ৰগতিৰ পথত, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত সকলোকে শুভেচ্ছা জনাইছো ৷
  3. কন্যাক দিয়ক সমান অধিকাৰ থাকিব, তেতিয়াহে ৰক্ষা হ’ব দেশ ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  4. এগৰাকী কন্যা কেতিয়াও বোজা নহয়, তেওঁ হৈছে ঘৰৰ সৌন্দৰ্য, শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  5. য’ত কন্যাই সন্মান পায়, সেইখন সমাজ আগবাঢ়ি যায় ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  6. পুত্ৰই পঢ়িলে পৰিয়াল ডাঙৰ হয় আৰু কন্যাই পঢ়িলে বংশ ডাঙৰ হয় ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  7. “এজনী ছোৱালী বোজা নহয় ৷ তেওঁক সন্মান কৰক ৷” শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  8. এগৰাকী কন্যা মাতৃৰ হৃদয় ৰাণী ৷ পিতৃৰ মূৰৰ মুকুট, শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  9. এগৰাকী কন্যা ঘৰৰ অমূল্য ৰত্ন, কন্যা অবিহনে জীৱন অসম্পূৰ্ণ, শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  10. ছোৱালীক পঢ়িবলৈ দিয়ক, সপোনবোৰক উৰিবলৈ দিয়ক, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভেচ্ছা ৷
  11. য’ত ছোৱালীসকল সুৰক্ষিত, সেইখন সমাজৰহে হ’ব বিকাশ, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ অলেখ শুভেচ্ছা ৷
  12. কন্যা দুৰ্বল নহয়, শক্তিৰ আন নাম হৈছে নাৰী, যিয়ে পৃথিৱীক জীৱন দিয়ে, মৃত্যুকো পৰাজিত কৰে ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
  13. কন্যাসকল ভগৱানৰ আশীৰ্বাদ ৷ তেওঁলোকক সন্মান কৰা আৰু সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য ৷
  14. এজনী ছোৱালী হৈছে ঘৰৰ সৌন্দৰ্য, তেওঁক সন্মান কৰক আৰু সপোনবোৰক উৰিবলৈ দিয়ক ৷
  15. আপোনাৰ কন্যাক আত্মনিৰ্ভৰশীল হ’বলৈ শিকাওক, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ অলেখ শুভেচ্ছা ৷

লগতে পঢ়ক

  1. এইসমূহ বাৰ্তাৰে আপোনজনক জনাওক নৱবৰ্ষৰ শুভেচ্ছা
  2. প্ৰিয় ব্যক্তিগৰাকীক এইভাৱে জনাওক জন্মদিনৰ শুভেচ্ছা
  3. ঋতুস্ৰাৱৰ সময়ত পেডৰ সলনি ব্যৱহাৰ কৰক এইসমূহ সামগ্ৰী, কাপোৰত দাগ নলগাৰ লগতে ৰাহি হ’ব ধন

ABOUT THE AUTHOR

...view details