Gulkand Milkshake : ঘৰতে কেনেকৈ প্ৰস্তুত কৰা হয় লোভনীয় গোলকণ্ড ছেক

By

Published : Jul 5, 2022, 5:31 PM IST

thumbnail
গোলকণ্ড ছেক হৈছে গোলাপৰ পাহিৰ এক মিঠাযুক্ত পানীয় । ইয়াক চেনী আৰু মৌৰ সৈতে মিহলি কৰি গোলাপৰ পাহিৰে প্ৰস্তুত কৰা হয় । গোলাপ কেৱল ধুনীয়া নহয়, শৰীৰ বাবেও অতি প্ৰয়োজনীয় ৷ গ্ৰীষ্মকালত শৰীৰক শীতলতা প্ৰদান কৰে গোলাপে (Summer drinks) । গোলকণ্ডৰ সোৱাদ অতি লোভনীয় (Benefits of gulkand)৷ তাতেই আকৌ গাখাীৰ যোগ দিলে ইয়াৰ সোৱাদ দুগুণে চৰে ৷ সোৱাদৰ উপৰিও এই পানীয়টোৱে এচিডিটি নিয়ন্ত্ৰণত সহায় কৰে ৷ লগতে ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায়ক হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.