ETV Bharat / bharat

বিবাহ প্ৰাৰ্থীসকলৰ বাবে এক বিশেষ বাৰ্তা; প্ৰেমৰ সম্পৰ্কৰ মধুৰতা- কি কয় জ্যোতিষ শাস্ত্ৰই... - Daily Horoscope For 21st September - DAILY HOROSCOPE FOR 21ST SEPTEMBER

Know Your Day : নতুনকৈ কোনো কাম আৰম্ভ কৰিব বিচাৰিছে নেকি ? বিবাহ প্ৰাৰ্থীসকলে জানেনে বাৰু কেনে যাব আজিৰ দিনটো, আহিবনে সু-সংবাদ ? প্ৰেমৰ সম্পৰ্কত আহিব নেকি বাধা ? তেন্তে এতিয়াই আপুনি জানি লওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope
দিনটোৰ ৰাশিফল... (ETV Bharat)
author img

By ETV Bharat Features Team

Published : Sep 21, 2024, 7:41 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ পৰিয়ালত শুভ অনুষ্ঠান হ’ব পাৰে । ব্যৱসায়ত শুভ ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় ৷ স্বাস্থ্যৰ যতন লওক ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালত সংঘাত হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ কামতো বাধা আহিব পাৰে ৷ সাৱধানে থাকক ।

মিথুন ৰাশি : দিনটো উত্তম ৷ ব্যৱসায়ত শুভ ৷ সুফল ভোগ কৰিব ৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত কামৰ বাবে প্ৰশংসিত হ’ব ৷ পদোন্নতিৰ যোগ ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ ৷ বিবাহ বিচ্ছেদ হোৱা সকলে যদি দ্বিতীয় বিবাহৰ কথা ভাবি আছে, তেন্তে তাৰ কাৰণেও দিনটো শুভ ।

কৰ্কট ৰাশি : গ্ৰহৰ অৱস্থান অনুকূল ৷ দিনটো শুভ ৷ সৌভাগ্যৰ যোগ ৷ কৰ্মক্ষেত্ৰ আৰু ঘৰুৱা পৰিৱেশ উন্নত ৷ মাতৃ আৰু তেওঁৰ জ্ঞান-অভিজ্ঞতাৰ দ্বাৰা উপকৃত হ’ব । সন্মান বৃদ্ধি ৷ আৰ্থিক স্থিতি উন্নত ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া । এলেহুৱা ভাব ত্যাগ কৰক ৷ মানসিক অশান্তি হ’ব পাৰে ৷ শৰীৰ ভালে নাযাব ৷ ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ খঙক নিয়ন্ত্ৰণ কৰক ৷ তৰ্ক-বিতৰ্ক নকৰিব ৷

কন্যা ৰাশি : ব্যস্ততা বৃদ্ধি ৷ কাম হাতত লওতে সাৱধান ৷ ভাবি-চিন্তি কাম কৰিব । ব্যয় বৃদ্ধি হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ।

তুলা ৰাশি : প্ৰেমত শুভ ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ যোগ ৷ ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবে উত্তম সময় ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ স্বাস্থ্য উন্নত ৷ গ্ৰহৰ অৱস্থান বহুত ভাল । পিতৃ-মাতৃৰ পৰা উৎসাহজনক সংবাদ পাব । আৰ্থিক লাভৰ যোগ । ৰৈ থকা কামবোৰ অতি সহজতে সম্পন্ন হ’ব ৷

ধনু ৰাশি : দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ’ব ৷ অসুস্থ হৈ থাকিব ৷ মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে । সন্তানক লৈয়ো চিন্তিত হৈ থাকিব পাৰে ৷ কিতাপ পঢ়া বা সৃজনশীল কামত বেছি শান্তি লাভ কৰিব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ কামত বাধা আহিব পাৰে ৷ সতৰ্ক থাকক । তৰ্কত লিপ্ত নহ’ব ৷ সাৱধানে থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ সৌভাগ্য যোগ ৷ গ্ৰহৰ স্থান উত্তম ৷ পৰিয়ালৰ সৈতে প্ৰমোদ ভ্ৰমণৰ যোগ ৷ স্বাস্থ্য মধ্যমীয়া ৷ বিদেশৰ পৰা ভাই-ভনী বা কোনো ঘনিষ্ঠ বন্ধু আপোনাৰ ঘৰলৈ আহিব পাৰে ।

মীন ৰাশি : দিনটো মধ্যমীয়া । গ্ৰহৰ অৱস্থান সামান্য উন্নত ৷ বাহিৰক খাদ্য নাখাব ৷ পৰাপক্ষত ঘৰুৱা খাদ্য গ্ৰহণ কৰক ৷ মানসিক স্বাস্থ্যৰ যতন লওক ৷ নেতিবাচক প্ৰভাৱৰ পৰা দূৰত থাকক । ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.