ৰাজ্যৰ পৰা ডিটেনচন কেম্প উঠাই লোৱাৰ দাৱীত শিলচৰত প্ৰতিবাদী সমদল - Silchar NRC protest by Hindu Sanghati

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 23, 2019, 9:11 AM IST

অৱশেষত সম্পূৰ্ণ ন দিনৰ অন্তত মঙলবাৰে পৰিয়ালৰ লোকে চমজি ললে দুলাল পালৰ মৃতদেহ ৷ তেজপুৰ ডিটেনচন কেম্পত থকাৰ অৱস্থাতে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ৰ হাস্পতালত মৃত্যু হৈছিল দুলাল পালৰ ৷ শিলচৰ চহৰৰ মাজমজিয়াত থকা শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলতে দুলাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত উপস্থিত লোক সকলে হাতে হাতে জোঁৰ লৈ এক সমদল বাহিৰ কৰে ৷ ৰাজ্যৰ পৰা ডিটেনচন কেম্প উঠাই দিবলৈ দাবী উত্থাপন কৰে হিন্দু সংহতিয়ে ৷ লগতে অসমত পাৰপত্ৰ এন্ট্ৰী সংশোধন আৰু ২০১৫ চনৰ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ৭ চেপ্টেম্বৰৰ জাননী কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.