গ্ৰেপ্তাৰৰ পাছত জোনমনি ৰাভাৰ প্ৰথম প্ৰতিক্ৰিয়া: মই ষড়যন্ত্ৰৰ বলি হৈছো

By

Published : Jun 4, 2022, 4:22 PM IST

thumbnail

"মই ষড়যন্ত্ৰৰ বলি হৈছো, ৰাণা প'গাগে মোক ষড়যন্ত্ৰ কৰিলে " বহু বিতৰ্কৰ অন্তত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছতে এইদৰে সংবাদমাধ্যমৰ আগত বিস্ফোৰক স্বীকাৰোক্তি দিলে SI জোনমণি ৰাভাই (SI Junmoni Rabha first reaction after arrested) । বিগত তিনি দিন ধৰি চলোৱা জেৰাৰ অন্তত আজি অৰ্থাৎ শনিবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক (Arrested SI Junmoni Rabha) ৷ তাৰ পিছতেই এই মন্তব্য জোনমণিৰ ৷ বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, জোনমণি ৰাভাৰ কানাড়া বেংকৰ একাউণ্টত ১১,৩৩,১৭৪ টকাৰ লেনদেন হৈছিল । এই বৃহৎ ধনৰ লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পাছতে ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল আৰক্ষী বিষয়া জোনমণি ৰাভা (Garmur police arrested SI Junmoni Rabha) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.