Teok Sankarotsav rally: টীয়কত দুদিনীয়াকৈ শংকৰ জন্মোৎসৱ পালন

By

Published : Oct 15, 2022, 3:40 PM IST

thumbnail

যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱৰ লগতে সংগতি ৰাখি টীয়কত দুদিনীয়াকৈ আয়োজন কৰা হৈছে মহাপুৰুষজনাৰ জন্মজয়ন্তী উৎসৱ(Sankaradeva 573rd Birth Anniversary) । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ টীয়কৰ বলমা আঞ্চলিকৰ উদ্যোগত তথা দোলাখৰীয়া নবোদয় প্ৰাথমিক আৰু টিপমীয়া প্ৰাথমিক শাখাৰ সহযোগত দোলাখৰীয়া নবোদয় প্ৰাথমিক শাখাৰ নামঘৰত পালন কৰা হৈছে জন্মজয়ন্তী । শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই উদ্যোক্তাসকলে(Cultural procession in Teok) । উক্ত বাৰেহৰনীয়া শোভাযাত্ৰাত বৰ অসমৰ ভাষা-সংস্কৃতিৰ সমাহাৰ ঘটাৰ লগতে ভকত বৈষ্ণৱ তথা আই মাতৃসকলৰ মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভাওনা,নাম কীৰ্ত্তন তথা দিহা নাম পৰিবেশনে সমগ্ৰ পৰিবেশ ভক্তিময় কৰি তুলিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.