Road accident: শোণিতপুৰৰ কচুবিলত ভয়ংকৰ পথ দুৰ্ঘটনা - শোণিতপুৰৰ কচুবিলত ভয়ংকৰ পথ দুৰ্ঘটনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2022, 9:11 AM IST

শোণিতপুৰ জিলাৰ শালনীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কচুবিলত সংঘটিত হয় এক ট্ৰেক্টৰ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি লয় ১৭ বছৰীয়া ট্ৰেক্টৰৰ চালক উদয় তাঁতীয়ে(17-year-old dies in road accident) । পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰখন বাগৰি পৰাত কিশোৰ চালকজনে অকাল মৃত্যুক সাৱটি লয় । পথ দুঘৰ্টনাক কেন্দ্ৰ কৰি কচুবিলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ লোকে কমবয়সীয়া কিশোৰ সকলক নূন্যতম মজুৰিত শ্ৰমিক হিচাপে নিয়োজিত কৰিছে । ইয়াৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে । লগতে ৰহমত আলি, মাৰফত আলিক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে ক্ষুব্ধ ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.