ৰঙাপৰা ধূলাপাদুং চাহ বাগিচাত পৱিত্ৰ ৰথযাত্ৰা মহোৎসৱ

By

Published : Jul 1, 2022, 10:51 PM IST

thumbnail
শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱ উপলক্ষে শুকুৰবাৰে ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰাৰ লগতে মন্দিৰ প্ৰাংগণ 'হৰে ৰাম হৰে কৃষ্ণ' তথা জগন্নাথ ভক্তিমূলক গীতেৰে অঞ্চলটো মুখৰিত হৈ পৰে ৷ প্ৰতি বছৰৰ দৰে এই বছৰো বিয়লিৰ ধূলাপাদুং চাহ বাগিচা জগন্নাথ মন্দিৰ মিলন সংঘৰ সৌজন্যত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ আৰু শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰৰ উদ্যোগত পঞ্চম বাৰ্ষিক ৰথযাত্ৰা মহোৎসৱ উপলক্ষে চাহ বাগিচাখনৰ ভক্তপ্ৰাণ ৰাইজে ভক্তি মূলক গীত পৰিৱেশন কৰি ৰথখন চেঁচা চাহ বাগিচাত থকা জগন্নাথ মন্দিৰৰ অভিমুখে পদযাত্ৰা কৰি লৈ যায় (Rath Yatra festival celebrated at Rangapara) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.