সুধাকণ্ঠৰ কালজয়ী গীত-বুঢ়ী আইৰ সাধুৰে মুখৰিত ৰঙাপৰাৰ দুৰ্গা পূজাথলী

By

Published : Oct 3, 2022, 6:49 PM IST

thumbnail
ৰঙাপৰাৰ এখন দুৰ্গা পূজাত ঢাকৰ শব্দৰ বিপৰীতে ইটোৰ পিছত সিটোকৈ বাজি উঠিছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত(Rangapara Durga Puja Committee) । উল্লেখ্য যে এইবেলি ৰঙাপৰাৰ সমন্বয় সমিতিয়ে দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে (silver jubilee celebrates) । ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি পূজাস্থলীত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত ছিপাঝাৰৰ ভাস্কৰ্য শিল্পী দামোদৰ কলিতাই প্ৰতিমূৰ্তিৰ দ্বাৰা মহান শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰায়(Bhupen Hazarika Song Assamese) । এই প্ৰদৰ্শনীখনি মুকলি কৰে সমন্বয় সমিতি তথা ৰঙাপৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰাজেশ পাটোদিয়াই (Rangapara Press Club) । ইফালে পূজাস্থলীত উপস্থাপন কৰা হয় বৰ্তমান অসমৰ পৰা প্ৰায় বিলুপ্ত হ’বলৈ ধৰা লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু । আন এখন মঞ্চত ৰঙাপৰা প্ৰজাপতি ব্ৰহ্মা কুমাৰীৰ দ্বাৰা আয়োজিত কৰা হয় মা দুৰ্গাৰ ৯ টা ৰূপ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.