ETV Bharat / bharat

আজি এই ৰাশিৰ লোকে খং নিয়ন্ত্ৰণ নকৰিলে হ’ব লোকচান...মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ বৃদ্ধি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 9th September

author img

By ETV Bharat Features Team

Published : Sep 9, 2024, 12:12 AM IST

Daily Horoscope: আজি তুলা ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 9th September 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: আজি আপুনি সামাজিক স্বীকৃতি লাভ কৰিব পাৰে। আৰ্থিক লাভৰ যোগ আছে। আপোনাৰ ব্যক্তিগত জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব । আজি আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভাবি চিন্তি কথা পাতিব । আজি আপোনাৰ মনত অজস্ৰ চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব । আপোনাৰ মন আজি সন্তোষজনক হৈ থাকিব আৰু এই মনোভাৱৰ দ্বাৰা আপোনাৰ লাভো হ’ব পাৰে ।

বৃষ ৰাশি: আজি গোটেই দিনটো আপুনি আনন্দত থাকিব । আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ সকলো কাম পৰিকল্পনা অনুসৰি সম্পন্ন হ’ব । আৰ্থিক লাভৰ যোগ আছে । অসমাপ্ত কাম সমাপ্ত কৰিব । পিতৃ-মাতৃৰপৰা সুসংবাদ পাব । পিতৃ-মাতৃৰ দ্বাৰা উপকৃতও হ’ব । যিসকলে অসুস্থতাত ভুগি আছে তেওঁলোকে সুস্থ হৈ উঠিব। সহকৰ্মীসকলৰপৰা সহযোগিতা লাভ কৰিব ।

মিথুন ৰাশি: স্বামী বা স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ এই সপ্তাহটো চিন্তাত থাকিব । তৰ্ক-বিতৰ্কৰপাৰ দূৰত থকাই ভাল । আপোনাক লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব । বন্ধুসকলৰ নামত ব্যয় কৰিবলগীয়া হ’ব পাৰে আপুনি । পেটৰ সমস্যা দেখা দিব পাৰে । কোনো কামৰ একেবাৰে আৰম্ভণিত ব্যৰ্থতাৰ আশংকা আছে। যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ।

কৰ্কট ৰাশি: বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব । আজি আপুনি আনন্দ-উত্সাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব । পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে। ব্যয় বৃদ্ধি হ’ব পাৰে আৰু আপুনি ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে । আজি অনাহাৰত থাকিবলগীয়া হ’ব পাৰে । আজি আপোনাৰ টোপনিও ভাল নহ’ব হয়তো । হৃদৰোগত ভুগিব পাৰে ।

সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব। ভাইভনীসকলৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । ভাইভনীৰপৰা বহুত সাহায্য পাব । প্ৰত্যেক সম্পৰ্ক আৱেগিক গভীৰতা আপুনি উপলব্ধি কৰিব। ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে । আজি আপুনি নিজক উদ্বেগমুক্ত অনুভৱ কৰিব আৰু আজি যিয়ে কৰিব তাতেই সফলতা পাব ।

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব । আপুনি নিজৰ মিঠা মাতেৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব । বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক । আজি আপুনি মিঠাই আদি খাই আনন্দ পাব পাৰে। ভ্ৰমণৰ যোগ আছে। ব্যয় নিয়ন্ত্ৰণ কৰক । পঢ়ুৱৈসকলৰ কাৰণে সময়টো জটিল ।

তুলা ৰাশি: আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে । আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক । উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব । গাড়ী চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে । সম্ভৱ হ’লে চাৰ্জাৰী নকৰাব আজি । আজি আপুনি প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । মামলা-মোকৰ্দমা এৰাই চলক, তথাপি যদি এইবোৰত সোমাবলগীয়া হয়, তেতিয়া হ’লে সাৱধানে পদক্ষেপ কৰক। মনোৰঞ্জনৰ নামত খৰছ কৰিব পাৰে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে । আপুনি নিজৰ প্ৰিয়জনসকলৰ সৈতে সুখকৰ ভ্ৰমণত যাব পাৰে । ব্যৱসায়ৰ কাৰণে দিনটো ভাল । সংসাৰত শান্তি বিৰাজ কৰিব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ সংগী বা সংগিনী বিচাৰি পাব ।

মকৰ ৰাশি: আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে । বন্ধু আৰু প্ৰিয়জনসকলক লগ পাই আপুনি আনন্দ পাব পাৰে। ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে । কিন্তু সমস্যাত পৰিলে আপোনাৰ লাভহে হ’ব । কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব । আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব। সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ।

কুম্ভ ৰাশি: নিজৰ প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব । আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে । এলেহুৱা ভাৱে আপোনাক আমনি দি থাকিব । তথাপি আপুনি মানসিক আনন্দ উপভোগ কৰিব । ঊৰ্ধ্বতনসকলৰ সৈতে কথা পতাৰ সময়ত সতৰ্ক থাকিব । মনোৰঞ্জনৰ কামত খৰছ হ’ব পাৰে । সন্তানক লৈ উদ্বেগ হ’ব পাৰে । বিদেশৰপৰা কিবা খবৰ পাব পাৰে ।

মীন ৰাশি: অনৈতিক কাৰ্যকলাপত যুক্ত হৈ আপুনি বিপদত পৰিব পাৰে । নিজৰ মুখত লেকাম টানি ৰাখক, আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক । আপোনাৰ স্বাস্থ্যক লৈ সাৱধানে থাকক । অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব । দৰৱ আদি কিনাৰ নামত খৰছ হ’ব পাৰে । আপুনি অস্থিৰ হৈ থাকিব যেন লাগিছে । নেতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, এইবোৰ মনলৈ আহিব নিদিব । আপোনাৰ আৰাধ্য দেৱতাৰ উপৰত শ্ৰদ্ধা বিশ্বাসৰ জোৰত আপুনি সঠিক দিশা লাভ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.