thumbnail

Protest in Kalgachia: কলগাছিয়াৰ লংলা বি বি মহাবিদ্যালয়ত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

By

Published : Aug 9, 2022, 10:18 AM IST

সমগ্ৰ অসমৰ লগতে সোমবাৰে কলগাছিয়াৰ লাংলা বি বি মহাবিদ্যালয়ত অনা-শিক্ষক সকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় । অনা-শিক্ষক সকলক দিয়া দৰমহাৰ লগতে অন্যান্য সুবিধা প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা বুলি জানিব দিয়ে । ২০১৩ চনত প্ৰাধিকৰণ হোৱা বিদ্যালয় সমূহৰ অনা-শিক্ষক কৰ্মচাৰী সকলৰ দৰে সুবিধা প্ৰদান নকৰিলে পৰবৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.