আনুষ্ঠানিকতা ৰক্ষা কৰি বৈদ্যবড়ীত গৰলীয়া ম’হৰ যুঁজ - পৰম্পৰা ৰক্ষা কৰি ৰাইজে
🎬 Watch Now: Feature Video

আজি পহিলা মাঘ ৷ ৰাজ্যজুৰি অসমীয়াই পালন কৰিছে আদৰৰ ভোগালী বিহু ৷ মৰিগাঁৱৰ বদ্যবড়ীত গৰলীয়া ম’হৰ যুঁজ চাবলৈ ৰাইজৰ ভিৰ দেখা গ’ল ৷ পৰম্পৰা ৰক্ষা কৰি ৰাইজে অনুষ্ঠিত কৰিছে ম’হৰ যুঁজ ৷