thumbnail

By

Published : Jul 21, 2022, 6:05 PM IST

ETV Bharat / Videos

Pijush Hazarika at Patharkandi: বৰাকত ভগ্ন মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজাৰিকাৰ

বৃহস্পতিবাৰে তাপাদাৰপাৰাৰ ভঙা মথাউৰি পৰিদৰ্শনৰ বাবে কৰিমগঞ্জৰ পাথাৰকান্দিত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজাৰিকা (Pijush Hazarika visits embankment at Patharkandi) ৷ তাৰ পিছতে তেওঁ বিলবাৰীলৈ যাই বিষ্ণুপ্ৰিয়া মণিপুৰী শ্বহীদ সুদেষ্ণা সিনহাৰ শ্বহীদ বেদীত উপস্থিত হৈ শ্ৰদ্ধা জনায় । তাৰপিছত বিলবাৰী আৰু জামিৰালাত সংবৰ্ধনা সভাত অংশ লয় মন্ত্ৰীগৰাকীয়ে । তাৰ পিছতে হাতিখিৰাত নৱনিৰ্মিত বহু প্ৰতিক্ষিত আৰু বৃহত্তৰ অঞ্চলৰ চিকিৎসা কেন্দ্ৰ কমিউনিটি হেলথ চেণ্টাৰৰ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে (Pijush Hazarika inaugurated Community Health Centre) হাতিখিৰা চাহ বাগিচাত এখন মুকুলি সভাত অংশ লয় ৷ তাৰ পিছতে মন্ত্ৰীগৰাকী ৰাতাবাৰী সমষ্টি লৈ ৰাওনা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.