বাক্সাত সজাগতামুলক ভিডিঅ' মুকলি

By

Published : Mar 15, 2021, 3:06 PM IST

thumbnail

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ গৈ পৰিছে বাক্সা জিলা প্ৰশাসন । ভোট প্ৰদানৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যবস্থা । ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যেৰে সোমবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত এটা ভিডিঅ’ মুকলি কৰে জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই । ভিডিঅ'টোত অভিনয় কৰে বাক্সা জিলা নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাদৰ তথা বড়ো বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.