ETV Bharat / state

আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ ভাল নে বেয়া ! জানো আহক...

Daily Horoscope
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 6:52 AM IST

মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব । বন্ধুত্ব আৰু প্ৰেমৰ সম্পর্কত ভাল । দিনটো আপোনাৰ প্ৰায় ভালদৰেই যাব । অৱশ্যে খৰচ কিছু বৃদ্ধি হ'ব পাৰে । আজি আপুনি অতি সাধাৰণভাৱে চলিবলৈ চেষ্টা কৰক । কাৰোবাৰ সৈতে কিবা ভাগ-বাটোৱাৰা কৰিবলৈ ইচ্ছা যাব । প্ৰেমত শুভ ।

বৃষ ৰাশি : আজি আপুনি নতুন দায়িত্বত সক্রিয় হ'ব । আনন্দৰ মাজেৰে যাব দিনটো । তাৰ মাজতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব । গ্ৰহ-নক্ষত্ৰ আৰু ঈশ্বৰৰ আপোনাৰ ওপৰত দয়া থাকিব । ভাগ্য উদয় হ'ব । কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত লক্ষ্যত উপনীত হ'ব পাৰিব ।

মিথুন ৰাশি : আপুনি নিজৰ মতেই চলক । আপুনি যিহেতু বৰ বেছি সংবেদনশীল, সেয়েহে আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব পাৰে ৷ মনলৈ অহা নতুন চিন্তা আপুনি কৌশলেৰে হাতত ল'ব পাৰে ৷ মাতৃ বা পত্নীৰ লগত সম্পৰ্ক মিশ্ৰিত হ'ব । ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ লগতে এইকেইদিন কোনো নিৰ্দিষ্ট বিষয়ত মানসিকভাৱে অসুবিধা পাই থাকিব পাৰে ৷

কৰ্কট ৰাশি : আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব । যুৱক-যুৱতীসকলৰ বাবে দিনটো ভাল, আনন্দদায়ক হ'ব । পৰিয়ালৰ লগত সম্পৰ্কও ভালে থাকিব । দিনটো প্ৰায় ভালে যাব । বজাৰ কৰি ভালপোৱা জাতক-জাতিকাৰ বাবে প্রিয় দিন হ'ব । আপুনি সন্তানৰ মন ভালে ৰখাত মনোযোগ দিয়ক ।

সিংহ ৰাশি : আপোনাৰ বাবে দিনটো কঠিন হ'ব পাৰে । খং-ৰাগৰ বাবে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে । পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক । শান্ত হৈ থাকিবলৈ চেষ্টা কৰক ।

কন্যা ৰাশি : দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব ৷ আপুনি ভবা আৰু কৰা সকলো কামৰে উচিত ফল লাভ কৰিব ৷ যিয়ে আপোনাক সুখী বা আপুনি আনক সুখী কৰিব পাৰিব ৷ ধন লাভৰ যোগ আছে । কষ্টৰ বাবে আপুনি প্ৰশংসা পাব । ব্যৱসায় বৃদ্ধি হ'ব আৰু শৰীৰো প্ৰায় ভালে থাকিব ৷ দূৰৈৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কীয় হ'ব ৷ ভ্ৰমণ লাভদায়ক হ'ব আৰু বিবাহৰ যোগ আছে ৷

তুলা ৰাশি : দিনটোৰ সকলো সময় একে নাযাব । আপুনি যুক্তি আৰু চিন্তাধাৰাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব । আপোনাৰ বিভিন্ন কামত খেলিমেলি হ'ব পাৰে । কৰ্মক্ষেত্ৰত পৰিশ্ৰম কৰিলে সফলতা আহিব । আজি ব্যৱসায়ত কোনো লাভ বা ক্ষতি নহয় । কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব । বন্ধুত্ব আৰু প্ৰেমৰ সম্পৰ্কত ভাল ।

বৃশ্চিক ৰাশি : জীৱনত বিভিন্ন পৰিৱৰ্তন আহিব । অধ্যয়নৰ আৰু কাৰ্যক্ষেত্ৰত প্ৰভাৱ থাকিব । নিজৰ শক্তি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক । জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হ'ব । ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব ।

ধনু ৰাশি : নতুন গ্ৰাহক লাভ কৰিব । কামত হতাশ নহ'ব, পুনৰ চেষ্টা কৰিব । কঠোৰ পৰিশ্ৰমৰ ফল পাব । ধৈৰ্যশীল ব্যক্তি লাভৱান হ'ব । খং বা ৰাগৰ বাবে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে । কৰ্মক্ষেত্ৰত শান্ত হৈ থাকিব ।

মকৰ ৰাশি : বিবাহৰ যোগ আছে । প্ৰেমৰ সম্পৰ্কও ভাল । দিনটো সক্ৰিয় হৈ থাকিব । যুক্তি আৰু চিন্তাধাৰাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰক । বিভিন্ন কামত খেলিমেলি হ'ব পাৰে । কৰ্মক্ষেত্ৰত ভাল । আপুনি আজি প্ৰায় সফল হ'ব । এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ দিন হ'ব ।

কুম্ভ ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিব । কর্মত ব্যস্ত থাকিলে ভাল ফল পাব । আপুনি আপোনাৰ পচন্দৰ কাম কৰক । কৰ্মজীৱনত ভাল বন্ধু লাভ পাব । ব্যৱসায়ত ভাল ।

মীন ৰাশি : আপুনি দিনটো এলেহুৱা যেন অনুভৱ কৰিব । পৰিয়ালৰ সৈতে সম্পৰ্ক ভালে থাকিব । প্ৰেমৰ ক্ষেত্ৰত ভাল । নিজৰ ওপৰত আশ্বাস আৰু ভৰসা ৰাখক সফল হ'ব । কর্মক্ষেত্ৰত প্ৰতিযোগিতা বাঢ়িব । আজি আপুনি কোনো কঠোৰ কামত সহজতে সফল হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.