ETV Bharat / state

ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
দিনটোৰ ৰাশিফল (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2025, 6:42 AM IST

মেষ ৰাশি : লক্ষ্যত সফল হʼব ৷ মহিলাসকলৰ প্ৰতি ভাগ্য সুপ্ৰসন্ন হʼব, কিন্তু সতৰ্ক থকাটো ভাল | বিয়লি প্ৰায় ভাল হʼব |

বৃষ ৰাশি : ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক দিন । ব্যৱসায়িক দিশত নিজৰ বাবে জয়ৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে । সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব । বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ বিয়লিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ।

মিথুন ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হওক | প্ৰশংসা লাভ কৰিব | পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব |

কৰ্কট ৰাশি : আপুনি কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে | বিয়লি সকলো কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে | প্ৰেমত শুভ |

সিংহ ৰাশি : টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে|টকা-পইচা খৰচ সাৱধানে কৰিব|পইচা জমা কৰক|নতুন কার্য্য-ব্যৱসায়ত নিশ্চিতি নহব|ভাগ্য ভাল প্ৰায় হʼব|সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব|বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব|

কন্যা ৰাশি : আজি আপুনি মনে মনে থকাই উচিত ৷ চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ; দিনটো শান্তিৰে পাৰ হৈ যাব দিয়ক । প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবে এটা সাধাৰণ দিন । আজৰি সময়ত আপুনি পৰিয়ালকেন্দ্ৰিক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন । দৰ্শনীয় স্থানত পিকনিকৰ পৰিকল্পনাৰে সন্ধিয়া সময়খিনি কটাওক ।

তুলা ৰাশি : সন্তুলিত আৰু মনোযোগী হব। পুৱা খোজকাঢ়িবলৈ গ’লে অধিক আনন্দিত অনুভৱ কৰিব। নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক, একেসময়তে ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক; অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লগত থকা পাৰ্থক্যক দূৰ কৰিব পাৰে। কামত আপোনাৰ অহংকাৰক মাজত আহিবলৈ নিদিব; মানুহৰ হৃদয়ত স্থান বনাবৰ বাবে সমন্বয় আৰু বুজাপৰা লাগিব।

বৃশ্চিক ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে|টকা-পইচা নিশ্চিত হʼব|দৰমহা ভাল হʼব ||টকা-পইচাৰ নিশ্চিতি হʼব|আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে|ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব|অধিক ধন উপাৰ্জন কৰিব পাৰিব|

ধনু ৰাশি : আশীৰ্বাদৰ বৃষ্টি হ’ব; দিনটো আপোনাৰ বাবে লাভজনক হ’ব । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যধিক ব্যয় নকৰিব । সামাজিক অনুষ্ঠান আৰু যোগাযোগত নিজকে সক্ৰিয়ভাৱে অধিকৃত কৰি ৰাখক; নিশ্চিতভাৱে উজ্জ্বলিব । কিন্তু, কাৰোবাৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে আপুনি শান্ত আৰু ধৈৰ্যশীল হ’ব লাগিব; আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে । গাড়ী চলাওতে সতৰ্ক হওক আৰু কোনো ট্ৰেফিক নিয়ম ভংগ নকৰিব; দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।

মকৰ ৰাশি : ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব | স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব | আপোনাৰ নতুন শিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছা হʼব পাৰে | আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব | ধৈৰ্যশীল হওক লাভৱান হ’ব | কর্ম জীৱনত প্ৰভাৱ পৰিব পাৰে | কর্মক্ষেত্ৰত শান্ত থাকিব | বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত সফল হʼব |

কুম্ভ ৰাশি : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অৱলম্বন কৰিব লগা হ’ব পাৰে । কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক; ই উপকৃত কৰিব । মধ্যাহ্নৰ পিছত কৰ্মস্থলীত পৰিবেশ আপোনাৰ পক্ষতে থাকিব আৰু অধিক শান্ত হ’ব । ঘৰতো একেই পৰিবেশ থাকিব; শান্তিপূৰ্ণ পৰিবেশে আপোনাক আনন্দিত আৰু উৎসাহিত কৰিব । প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ’ব পাৰে । ধৰ্মীয় স্থান দৰ্শন কৰাৰ সম্ভাৱনা আছে ।

মীন ৰাশি : আজি আপুনি কর্ম, ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে | আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কর্মত প্ৰভাৱান্বিত হʼব | কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব | বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পাৰ্টী হʼব পাৰে | দিনটো আপোনাৰ বাবে প্ৰায় ভাল হʼব |

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.