thumbnail

গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ সামৰণি

By

Published : Jul 10, 2022, 8:47 AM IST

ইস্কন গুৱাহাটীৰ উদ্যোগত ৯ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ শনিবাৰে সামৰণি পৰে(Lord Jagannath Rath Yatra concluded in Guwahati) ৷ পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱখন (Jagannath Rath Yatra 2022 begins ) শনিবাৰে উল্টা ৰথযাত্ৰাৰে সামৰণি পৰে । কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই ৰথযাত্ৰা পাণবজাৰ, ফাঁচীবজাৰ হৈ ৪ নং ৰেলগেট পাৰ হৈ এটি ৰোডলৈ যায় । এটি ৰোডৰ পৰা আকৌ পল্টনবজাৰ হৈ উলুবাৰীত এই ৰথযাত্ৰাৰ সামৰণি পৰে । আনহাতে, পহিলা জুলাইত মণিপুৰী বস্তিৰ পৰা ৰথ যাত্ৰ আৰম্ভ হৈ জয়ানগৰ জগন্নাথ মন্দিৰত সামৰণি পৰিছিল । উল্লেখ্য যে, ক’ভিড সৃষ্টি পৰিৱেশৰ বাবে বিগত দুটা বছৰত ৰথযাত্ৰা অনুষ্ঠিত হোৱা নাছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.