মনত আছেনে কুলছুমাক?
🎬 Watch Now: Feature Video
দুমাহ পূৰ্বে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছিল কুলছুমা খাতুন। উচ্ছেদৰ নামত চলা অত্যাচাৰৰ ফলত মুকলি আকাশৰ তলতে সন্তান প্ৰসৱ কৰিছিল কুলছুমাই । আৰু শুকুৰবাৰে মাতৃৰ ঠিকনা বিচাৰি মৃত্যু কোলাত শুই পৰিল কুলছুমাৰ দুমহীয়া সন্তানটিও । বুজি উঠাৰ আগতেই অমানুহৰ জগতৰ পৰা বিদাই মাগিলে সদ্য নৱজাতটিয়ে ।
Last Updated : May 5, 2019, 12:32 PM IST