ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া, জানি লওক আজিৰ ৰাশিফলৰ জৰিয়তে...

Daily Horoscope for 10th January 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ বিপদ হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ থাকিব পাৰে ৷

বৃষ ৰাশি : দিনটো খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ থাকিব পাৰে ৷ ইয়াৰ প্ৰভাৱ ফলত ব্যক্তিগত জীৱন পৰিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো বিবেচনা কৰক ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কর্ম কৰক ৷

কৰ্কট ৰাশি : দিনটো ভাল ৷ চিন্তাধাৰাবোৰ ভাল ৷ ভাল পদোন্নতি হʼব পাৰে ৷ কৰ্মত সফল হʼব ৷

সিংহ ৰাশি : দিনটো ভাল ৷ পৰিয়ালটো ভালে ৰখাত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনাৰে নতুনকৈ গৃহ নিৰ্মাণ কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ ভাল বন্ধু লাভ ৷

কন্যা ৰাশি : পুত্ৰী-শিশুৰ বাবে দিনটো শুভ ৷ সফলতা লাভ ৷ আনন্দেৰে সময় পাৰ হʼব ৷ ভাল কৰিবলৈ পৰিশ্ৰম কৰিব লাগিব ৷ শান্ত হৈ কর্ম কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফলত আনন্দিত ফল লাভ ৷

তুলা ৰাশি : বিবাহিতৰ বাবে দিন ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷

বৃশ্চিক ৰাশি : ভাল কর্ম কৰিব ৷ ইয়াৰ চূড়ান্ত ফলাফল নিভাঁজ হʼব ৷ নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিয়ক ৷ ব্যৱসায়ত ধৈৰ্য নেহেৰুৱাব । কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷

ধনু ৰাশি : মানসিক চিন্তা হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল পলমকৈ হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : দিনটো শুভ ৷ যুক্তিৰে যুঁজিবলৈ চেষ্টা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ নতুন ব্যক্তি লগত সংযোগ স্থাপন হ’ব ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সন্ধিয়া নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

মীন ৰাশি : দিনটো কিছু কঠিন ৷ নতুনকৈ ব্যৱসায় আৰম্ভ নকৰিব ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.