মামাৰ আৰ্শীবাদ লৈ বিয়াত বহিবলৈ সাজু ভাগিন - মৰমৰ হিমন্ত মামা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 26, 2022, 5:20 PM IST

Updated : May 26, 2022, 10:38 PM IST

উদুলি-মুদুলি বিয়াঘৰৰ বাকৰি ৷ সকলো ব্যস্ত ৷ কোনোৱে যদি আলহীক আদৰাৰ যো-জা কৰিছে, আন কোনোৱে আকৌ আখলৰ যোগাৰ লোৱাত ব্যস্ত ৷ মুঠৰ ওপৰত কাৰোৰে নাই আহৰি ৷ তাতে আকৌ হঠাতে ভাগিনৰ দুৱাৰ দলিত উপস্থিত হ’লহি সকলোৰে মৰমৰ হিমন্ত মামা ৷ হঠাৎ মামাক পাই আনন্দত আত্মহাৰা হৈ পৰিল ভাগিন ৷ ভাগিনৰ সৈতে একঁপি ফটো উঠি বৈবাহিক জীৱনৰ আৰ্শীবাদো দিলে মামাই (Himanta mama comes to Bhagin's wedding)৷ জানিব পৰা মতে, বুধবাৰে আছিল আমাৰাবাৰীৰ শিউলী ঘোচৰ কন্যা সুভন্দা ঘোচৰ বিয়া ৷ বিয়াৰ ৰভাৰ সন্মুখত ভাগিনৰ মাতত কিছু সময়ৰ বাবে সেই স্থানতে ৰৈ আৰ্শীবাদ দি গ’ল মামা ৷ মামাৰ আৰ্শীবাদ পাই আনন্দত উৎফুল্লিত হৈ পৰিল ভাগিন তথা আত্মীয়ও ৷
Last Updated : May 26, 2022, 10:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.