কলিয়াবৰত মৎস্যজীৱিসকলক এককালীন সাহায্য প্ৰদান - one time relief to fishermen
🎬 Watch Now: Feature Video
কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনা(Pradhan Mantri Matsya Sampada Yojana)ৰ অধীনত মৎস্যজীৱিসকলক এককালীন সাহায্য বিতৰণ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ(One-time assistance to fishermen) । কলিয়াবৰৰ কুঁৱৰীটোলস্থিত কলিয়াবৰ মহাবিদ্যালয়ৰ সভগৃহত অনুষ্ঠিত এখন সভাত মন্ত্ৰীগাৰকীয়ে বিতৰণ কৰে সাহায্য় । এই অভিলাষী আঁচনিখনৰ অধীনত কলিয়াবৰৰ ১৩৮ টা পৰিয়ালক বিতৰণ কৰা হয় চেক । মীন বিপ্লৱৰ জৰিয়তে আত্মনিৰ্ভৰশীল হিচাবে সংস্থাপিত হ’বৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।