thumbnail

By

Published : Aug 23, 2019, 9:18 PM IST

ETV Bharat / Videos

এতিয়াও নিৰ্মাণ হোৱা নাই ডিটেনশ্যন কেম্প, ক’ত ৰখা হ’ব বিদেশী ঘোষিত লোকক ?

NRC ৰ চূড়ান্ত খচৰাৰ বাবে মাজত মাত্ৰ এটা সপ্তাহ ৷ কিছুদিন পাচতে স্পষ্ট হ’ব ৰাজ্যত বাস কৰি থকা অবৈধ বিদেশীৰ সংখ্যা ৷ কিন্তু ক’ত ৰখা হ’ব বিদেশীসকলক ? এতিয়াও সম্পূৰ্ণ হোৱা নাই গোৱালপাৰাৰ মাটিয়াত নিৰ্মাণ কৰি থকা ডিটেনশ্যন কেম্পৰ নিৰ্মাণৰ কাম ৷ চাওক ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.