thumbnail

By

Published : May 30, 2022, 7:57 PM IST

ETV Bharat / Videos

বৰপেটাত ড্ৰাগছ ব্যৱসায়ীৰ আত্মসমৰ্পণ

বৰপেটাত ড্ৰাগছ ব্যৱসায়ীৰ আত্মসমৰ্পণ (Drugs dealer surrender in Barpet) ৷ বৰপেটা আৰক্ষীয়ে জনোৱা অনুসৰি, দেওবাৰে বৰপেটা আৰক্ষীয়ে হাঁহচৰাৰ ড্ৰাগছ ব্যৱসায়ী আজিজুল খানৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমানৰ ক'ফ চিৰাফ আৰু নিচাযুক্ত টেবলেট জব্দ কৰে ৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই আজিজুল খান ঘৰৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে আজিজুলৰ পিতৃক আটক কৰে ৷ অৱশেষত উপায়বিহীন হৈ ড্ৰাগছ ব্যৱসায়ী আজিজুল খানে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ উল্লেখ্য যে, দেওবাৰে আৰক্ষীয়ে অভিযান চলাই 7704 টা SP টেবলেট, 8500 Nitrazepam টেবলেট আৰু 62টা কৰেক্সৰ বটল জব্দ কৰিছিল ( Barpeta Police seized Psychotropic Drugs and cough syrup) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.