নগাঁৱতো উদযাপন গৰু বিহু - Rangali Bihu celebrates in Assam
🎬 Watch Now: Feature Video

ন-বৰষুণত নৈৰ পানী বাঢ়িলে, টুপাই বুৰ মাৰিলে শিহু। চাওঁতে চাওঁতে আজি আহি পালে ব'হাগৰ বিহু । ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী বিহু(Rangali Bihu celebrates in Assam) ৷ আজি গৰু বিহু ৷ সমগ্ৰ অসমৰ লগতে নগাঁৱতো প্ৰতিগৰাকী অসমীয়া বিশেষকৈ কৃষক সমাজে পালন কৰিছে গৰু বিহু (Goru Bihu celebrations at Nagaon) । গাঁৱৰ তেলীয়াগাঁও ফিল্ডত গৰু বিহুৰ দিনটোত উৎসৱমুখৰ পৰিবেশ পৰিলক্ষিত হয় । নগাঁৱৰ গৰু বিহুৰ পৰিৱেশ সন্দৰ্ভত সংবাদদাতা ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন ।