Octave Festival 2022: অক্টেভ উৎসৱৰ মঞ্চ কঁপালে অসমৰ বিহুৱে - অক্টাভ উৎসৱৰ মঞ্চ কঁপালে অসমৰ বিহুৱে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15363307-thumbnail-3x2-a.jpg)
তিনিদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ অক্টেভ উৎসৱৰ (Octave Festival 2022) সামৰণি পৰে দেওবাৰে ৷ বিগত ২০ মে’ৰ পৰা আৰম্ভ হৈছিল এই উৎসৱ ৷ এই সাংস্কৃতিক কাৰ্যসূচীত 8 খন ৰাজ্যৰ 250 গৰাকী শিল্পীয়ে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিছিল । অনুষ্ঠানটোত উত্তৰ-পূৱ ভাৰতৰ আঠখন ৰাজ্যই অংশগ্ৰহণ(Octave Festival of North East) কৰাৰ বাবে ইয়াক অক্টাভ হিচাপে নামাকৰণ কৰা হৈছিল ৷