thumbnail

By

Published : Jul 25, 2022, 10:05 PM IST

ETV Bharat / Videos

Children Drama workshop : তাহানিৰ সেউজীয়া সোণালী শৈশৱৰ অন্বেষণত এজাক শিশু

কলিয়াবৰত নাটকৰ জৰিয়তে মুক্ত শৈশৱ বিচাৰি বৰ্তমানৰ ব্যস্তময় সমাজলৈ শিশুৰ আকুল আহ্বান (children Drama held in Kaliabor) ৷ নাটখন পৰিচালনা কৰিছে আগৰাতলাস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আঞ্চলিক কেন্দ্ৰত ‘‘থিয়েটাৰ ইন এডুকেছন’’ পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰি শিশুসকলক নাটকৰ জৰিয়তে শিক্ষাৰ বিষয়ে চৰ্চাত ব্যস্ত থকা কলিয়াবৰৰ প্ৰতিভাৱান নাট্যকৰ্মী প্ৰাঞ্জল মহন্তই । কলিয়াবৰৰ অন‍্যতম পুৰণি কলা-সাংস্কৃতিক অনুষ্ঠান হাটবৰ নাট‍্য সমাজে আয়োজন কৰা শিশু নাটৰ মঞ্চায়নে প্ৰেক্ষাগৃহত উপস্থিত থকা দৰ্শকক মুগ্ধ কৰাৰ লগতে অভিভাৱক তথা জ‍্যেষ্ঠসকলক পুনৰ শৈশৱলৈ উভতাই নিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.