ETV Bharat / state

ৰাশি অনুসৰি কেনে যাব আপোনাৰ দিনটো ? - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? ৰাশিফল চাওক...

Daily Horoscope for 24th January 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 6:41 AM IST

  1. মেষ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ মানসিক স্বাস্থ্য উন্নত ৷ বন্ধু-বৰ্গৰ লগত পাৰ্টী হʼব পাৰে ৷
  2. বৃষ ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কর্ম কৰক ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
  3. মিথুন ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়নৰ কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব পাৰে ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ প্ৰেমত শুভ ৷
  4. কৰ্কট ৰাশি : দিনটো কিছু কঠিন ৷ শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ হজম শক্তি হ্ৰাস হ’ব ৷ মানসিক অশান্তিও হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ ভ্ৰমণ বাতিল কৰক ৷
  5. সিংহ ৰাশি : ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷
  6. কন্যা ৰাশি : নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে উচিত ৷ প্ৰেমত শুভ ৷ দিনটো এলেহুৱা হৈ পৰিব পাৰে ৷ সেয়ে গা ধোৱা আগত মালিচ কৰক, সক্ৰিয় অনুভৱ হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ।
  7. তুলা ৰাশি : দিনটো শুভ ৷ ভাল বন্ধু লাভ ৷ বহু ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷
  8. বৃশ্চিক ৰাশি : দিনটো শুভ ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা লাভ । আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷
  9. ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ সদস্যৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ অলপ সময় নিৰলে থাকক, নিজৰ ভুল বিশ্লেষণ কৰক ৷ প্ৰিয়জনৰ ওপৰত বা আন কৰোৰে ওপৰত খং নকৰিব ৷ গাড়ী সাৱধানে চলাব ৷ ভ্ৰমণ বাতিল কৰক ৷
  10. মকৰ ৰাশি : দিনটো প্ৰায় ভাল ৷ কর্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীৰ বাবে ভাল সময় ৷ প্ৰেমত শুভ ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷
  11. কুম্ভ ৰাশি : দিনটো ভাল ৷ খৰচ বৃদ্ধি ৷ ব্যৱসায়ত শুভ ৷ পৰিয়াল বা বন্ধু-বৰ্গৰ লগত পাৰ্টী হ’ব পাৰে ৷ প্ৰেমত শুভ ৷
  12. মীন ৰাশি : দিনটো মধ্যমীয়া ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ নিজ প্ৰতিভা ব্যৱহাৰ কৰক ৷ নতুন কাপোৰ ক্ৰয় কৰিব পাৰে ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ প্ৰেমত মধ্যমীয়া ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.