জিএমচিএইচত বিৰিয়ানী বিতৰণ কাৰাবন্দী নেতা অখিল গগৈৰ - Biryani

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 3, 2021, 9:59 PM IST

শিৱসাগৰ সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰা কাৰাবন্দী নেতা অখিল গগৈয়ে সোমবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসা কৰ্মী আৰু ৰোগীসকলৰ মাজত বিতৰণ কৰে বিৰিয়ানী । নিজৰ বিজয়ক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা গৈছে গগৈক ৷ ৰাজ্যৰ আন আন সমষ্টিসমূহত বিজয়ী প্ৰাৰ্থীসকল সমষ্টিবাসীৰ মাজত উপস্থিত হৈ আনন্দ-উল্লাস কৰাৰ বিপৰীতে কাৰাবন্দী নেতাগৰাকীয়ে এনেদৰে বিজয় উৎসৱ পালন কৰা সোমবাৰে পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.