মহঙা ঈদৰ বজাৰ; মূৰে-কপালে হাত দিছে জনতাই - Eid al fitr
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15172725-thumbnail-3x2-bn.jpg)
মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰলৈ (Eid al fitr)। পিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কেনা লগাইছে ঈদৰ বজাৰত (Price hike in Assam) ৷ ফলত ঈদৰ বজাৰ কৰিবলৈ ভয় হৈছে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ মাজত । ইফালে সমগ্ৰ ৰাজ্যতে ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ দেওবাৰে ঈদৰ পূৰ্বে বজাৰলৈ ওলাই আহি লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বঙালমৰাৰ লোকসকলে যোগান মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে (Bihpuria's Local people react against price hike) ৷