বাণিজ্য শাখাত শিৱসাগৰৰ বন্দনা বলদেৱাৰ সপ্তম স্থান দখল

By

Published : Jun 27, 2022, 4:11 PM IST

thumbnail
ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল (HS final result 2022)। বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থানত উজলিল শিৱসাগৰ নগৰৰ ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ ছাত্ৰী বন্দনা বলদেৱা (Bandana Baldeva secured 7th position in commerce) ৷ সৰ্বমুঠ ৪৬৬ নম্বৰ লাভ কৰা বন্দনাই ৰাজস্থানৰ পৰা তেওঁৰ সাফল্যত অৰিহণা যোগোৱা সকলৰ শলাগ লয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.