বিহপুৰীয়াত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত - Assam recruitment exam 2022

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 21, 2022, 1:32 PM IST

দেওবাৰে সমগ্ৰ ৰাজ্যৰ ১২৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam recruitment exam 2022) । ইতিমধ্যে পৰীক্ষা কঠোৰ সতৰ্কতা বিধি অৱলম্বনেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । নিযুক্তি পৰীক্ষাৰ বাবে বিহপুৰীয়াৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰায় ৩০০ পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছে (Assam recruitment exam in Lakhimpur)। নিযুক্তি পৰীক্ষাৰ বাবে শিক্ষানুষ্ঠানখনত পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.