thumbnail

অজয় ফুকনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোনাকণ বৰুৱাৰ

By

Published : Mar 27, 2021, 9:26 PM IST

কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনে অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ ওপৰত তোলা অভিযোগৰ পিচতেই পোনাকণ বৰুৱাৰ প্ৰতিক্ৰিয়া কৰিছে । অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জনে কয় যে, মই মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰো । নৈতিকতা বিহীন ৰাজনীতি মই বিশ্বাস নকৰো । কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকন সৰু ল'ৰা বুলি কৈ তেওঁ কয়, তেওঁ শিকিব লগা বহুত আছে গতিকে ভৱিষ্যত দিনত ভালকৈ কাম কৰিব বুলি মই আশা কৰো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.