International Yoga Day 2022: হোজাই অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 21, 2022, 2:25 PM IST

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি হোজাইৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day 2022) ৷ ডবকাৰ আকাশী গংগা শিৱ মন্দিৰ প্ৰাংগনত হোজাোই জিলা প্ৰশাষণৰ উদ্যোগত পতঞ্জলি যোগ সমিতি, হোজাই আৰু হোজাই জিলা ক্ৰিড়া সন্থাৰ সহযোগত দিৱসটি পালন কৰা হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা(Nandita Gorlosa in Hojai) । ইফালে, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো যোগদিৱস পালন কৰা হয়(International Yoga Day celebrate in Hojai) ৷ বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই সদৰি কৰা মতে, এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা যোগাভ্যাস, শৰীৰ চৰ্চা আৰু যোগ দিৱসৰ গুৰুত্বৰ ওপৰত চিঠি লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.