thumbnail

By

Published : Mar 19, 2022, 9:02 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / Videos

আবিৰৰ ৰং আৰু কৃষ্ণ প্ৰেমত বুৰ গৈছে সত্ৰনগৰী বৰপেটা

দৌল মহোৎসৱৰ শেষৰ দিনটোত অৰ্থাৎ সুঁৱেৰীৰ দিনটোত আবিৰৰ ৰং আৰু কৃষ্ণ প্ৰেমত বুৰ গৈছে সত্ৰনগৰী বৰপেটা ৷ বৰপেটা সত্ৰখনৰ চৌদিশে এতিয়া মাথো হোলীগীতৰ লহৰ (Holi celebrations in Barpeta Satra) ৷ প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰৰ ছন্দে ছন্দে উৰিছে নানা ৰঙী আবিৰ ৷ তালত তাল মিলাই মনপ্ৰাণ ঢালি সকলোৱে গাইছে, নাচিছে হোলীগীতৰ সুৰত ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.