চাকৰি নিয়মীয়াকৰণৰ দাবীত কাহিলীপাৰাত শিক্ষকৰ প্ৰতিবাদ - সৰ্বশিক্ষা অভিযান মিছন
🎬 Watch Now: Feature Video

টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল কাহিলিপাৰা (Teachers Protest in Guwahati) ৷ চাকৰি নিয়মীয়াকৰণ আৰু ৩০ মাহৰ বকেয়া আদায় দিয়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে কাহিলিপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ টেট শিক্ষকে (Tet teachers protest at Kahilipara) । আনকি শতাধিক প্ৰতিবাদকাৰী শিক্ষকসকলক আৰক্ষীয়ে আটক কৰি বাছত ভৰাই প্ৰতিবাদস্থলীৰ পৰা লৈ স্থানান্তৰ কৰে ।
Last Updated : Feb 3, 2023, 8:20 PM IST