thumbnail

অধিবক্তা সমাজৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰূপ মন্তব্য দি বিপদত যুৱক

By

Published : Sep 22, 2021, 9:14 PM IST

যোৰহাট জিলা অধিবক্তা সমাজৰ বিৰুদ্ধে বিৰূপ আৰু অশালীন মন্তব্য কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল অধিবক্তা সমাজৰ । যোৰহাটৰ প্ৰশান্ত বৰা নামৰ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অধিবক্তা সমাজে । চ’ছিয়েল মিডিয়াৰ যোগেদি বিৰূপ আৰু অশালীন মন্তব্য কৰি জনমানসত অধিবক্তা সকলক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা বাবে এই এজাহাৰ দাখিল কৰিছে যোৰহাট বাৰ-এছ চিয়েছনৰ কৰ্মকতা অধিবক্তা দীপ ৰঞ্জন চেতিয়া আৰু অধিবক্তা হেমেন বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.