thumbnail

ভোট গণনাৰ বাবে সাজু যোৰহাট লোকসভা সমষ্টি

By

Published : May 23, 2019, 7:36 AM IST

দেশৰ 543 খন আসনৰ বাবে মুঠ 7টা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ৰাইজৰ জনাদেশত কোনে মাৰিব শেষ হাঁহি তাক লৈ অপেক্ষাৰত ৰাজ্যবাসী ৷ ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ এক গুৰুত্বপূৰ্ণ সমষ্টি যোৰহাট লোকসভা সমষ্টিত বহুমুখী বিদ্যালয় ভোট গণনা কেন্দ্ৰত ইতিমধ্যে সাজু হৈ উঠিছে প্ৰশাসনৰ লোকসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.