মই অসমৰ ধৰ্মীয় ভজন আজিলৈ শুনা নাই...তাৰপিচত ??

🎬 Watch Now: Feature Video

thumbnail
ইমান সুন্দৰ ধৰ্মীয় ভজন...১৯৪৬ চনৰ কথা, শেষবাৰৰ বাবে অসমলৈ আহিছিল জাতিৰ পিতা মহাত্মা গান্ধী৷ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিছিল অসমত গান্ধীজীয়ে ৷ লগত আছিল আধুনিক অসমৰ নিৰ্মাতা গোপীনাথ বৰদলৈকে প্ৰমূখ্য কৰি অসমৰ কংগ্ৰেছৰ নেতাসকল ৷ তেওঁলোকে গুৱাহাটীৰ বিভিন্ন স্থানলৈ গৈ গান্ধীজীৰ সৈতে স্বাধীনতা আন্দোলনত ৰাইজক সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.