অগ্নিগৰ্ভা অসমঃ এই জুই নুমাব কেতিয়া ? - ASSAM PROTEST

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 13, 2019, 5:11 PM IST

Updated : Jan 3, 2020, 3:25 PM IST

অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়াৰ চিঞৰবোৰ নুশুনিলে দিল্লী-দিছপুৰে ৷ প্ৰথমে লোকসভাত আৰু তাৰ পাছতেই ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমবাসীৰ চিঞৰবোৰ নস্যাৎ কৰিলে দিল্লীয়ে ৷ ইতিমধ্যে ৰষ্ট্ৰপতিয়েও মোহৰ লগাই আইনলৈ পৰিণত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কক ৷ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে হিংসাত জ্বলিছে অসম ৷ চৰকাৰ প্ৰশাসনত অহৰহ প্ৰচেষ্টাত পৰিস্থিতি আংশিক নিয়ন্ত্ৰণ হৈছে যদিও সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই আনই-শৃংখলা পৰিস্থিতি ৷
Last Updated : Jan 3, 2020, 3:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.