thumbnail

By

Published : Apr 24, 2021, 8:22 PM IST

ETV Bharat / Videos

ক'ভিড আতংক আৰু যুৱ প্ৰজন্মৰ কেৰিয়াৰ: কি ক'লে কেৰিয়াৰ মেন্টৰ ৰঞ্জন বৰুৱাই ?

ক’ৰণা ভাইৰাছে যে মানুহৰ জীৱনৰ প্ৰতিয়েই কেৱল ভাবুকি কঢ়িয়াইছে এনে নহয়, ছাত্ৰী-ছাত্ৰীৰ শৈক্ষিক জীৱন প্ৰতিও ভাবুকি মাতিছে ৷ এই সময়চোৱাত নিজৰ শৈক্ষিক জীৱন তথা কেৰিয়াৰ গঢ়াৰ বাবে কেনেদৰে আগবাঢ়িব নৱপ্ৰজন্ম ? সময়ৰ সদ ব্যৱহাৰ কৰি কেনেদৰে আগুৱাই যাব লাগিব নৱ প্ৰজন্মই ? অসমৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহে নৱ প্ৰজন্মৰ কেৰিয়াৰ গঢ়াৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা উচিত ? এই সম্পৰ্কে কি কয় কেৰিয়াৰ মেন্টৰ ৰঞ্জন বৰুৱাই ? ইটিভি ভাৰতৰ গুৱাহাটীৰ ব্যুৰ’ চীফ নয়নজ্যোতি ভূঞাৰ সৈতে চাওক প্ৰাসংগিক প্ৰেক্ষাপট ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.