ৰাজনাথ সিঙৰ নিৰ্বাচনী সভাত সাপে লগালে অথন্তৰ - বিশ্বনাথ চাৰিআলি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 14, 2021, 10:05 PM IST

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে বিশ্বনাথ চাৰিআলিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকাৰ সময়তে সভাত প্ৰত্যক্ষ কৰিলে এটা সাপ ৷ সাপটো দেখি উপস্থিত ৰাইজক ভয় নাখাবলৈ অনুৰোধ জনায় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷ সাপ ওলাইছে ভাল দিন আহিছে বুলি কৈ সাপ অহাতো মংগলদায়ক বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.