চিকিৎসক সৰ্ম্পকে বিৰ্তকিত মন্তব্য কৰি বিপদত আঙুৰলতা - দন্ত চিকিৎসক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 18, 2021, 4:52 PM IST

চিকিৎসক সংক্ৰান্ত কৰা মন্তব্যৰ পিছতে আঙুৰলতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চিকিৎসক সমাজ । এক সংবাদমেলত তেওঁ দন্ত চিকিৎসকে দাত চোৱাৰ নামত কিশোৰীৰ স্পৰ্শকাতৰ অংশত হাত দিয়ে বুলি কৰা এই মন্তব্যৰ পিছতে চিকিৎসক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই মন্তব্যৰ পিছতে অসম চিকিৎসা সেৱা সংস্থা (আমছা)ৰ সাধাৰণ সম্পাদক ডাঃ কনক তালুকদাৰে আঙুৰলতাই গোটেই চিকিৎসক সকলক সামৰি কৰা এই মন্তব্যক গৰিহণা দি তেওঁ এই মন্তব্য উঠাই লবলৈ আহ্বান জনায় । তেওঁ কয় যে, জনপ্ৰতিনিধি এজনে এনেকুৱা কথা কোৱাটো উচিত হোৱা নাই । যাৰ বিৰুদ্ধে নিদ্দিষ্ট অভিযোগ আছে তেওঁ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.