নিৰ্বাচনী ব্যস্ততাৰ মাজতে নগাঁৱত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

By

Published : Apr 11, 2019, 2:17 AM IST

thumbnail
লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত প্ৰতিটো দলৰ প্ৰাৰ্থীৰ লগতে ৰাজনৈতিক দলৰ নেতা কৰ্মী সকল ৷ তাৰ মাজতে আহি পালে হেপাঁহৰ ৰঙালী বিহুটি ৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে নগাঁৱৰ এখন বিহু কৰ্মশালাত ব্যস্ত হৈ থকা দেখা গ'ল বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক ৷ লগতে,বিহু কৰ্মশালা খনত অংশগ্ৰহণ কৰে জনপ্ৰিয়া অভিনেতা যতীন বৰা, কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু কৃষ্ণমণি নাথ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.