ব্যৱসায়িক সন্মিলন এডভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি প্ৰধানমন্ত্ৰীৰ - ADVANTAGE ASSAM 2

সোমবাৰে মাদল, ধমচা, বাঁহী, তালৰ সুৰধ্বনিত গুঞ্জৰিত হৈ উঠিল সৰুসজাই ৷ ‘‘ঝুমইৰ বিনন্দিনী’’ত অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ডবা কোবাই নিশা প্ৰায় ৭.৫০বজাত প্ৰধানমন্ত্ৰীয়ে ঝুমুৰ নৃত্যানুষ্ঠানৰ আৰম্ভণি কৰে । অনুষ্ঠানৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ ‘‘এডভাণ্টেজ আছাম২.০’’ সন্মিলনৰ প্ৰদৰ্শনী মুকলি কৰে ।
(@narendramodi X)

Published : Feb 25, 2025, 10:09 AM IST
|Updated : Feb 25, 2025, 10:47 AM IST
Last Updated : Feb 25, 2025, 10:47 AM IST