সফলতাৰ ধাৰা অব্যাহত ৰাখি ৰামানুজনে আজুৰি আনিলে 7 টাকৈ স্থান - Science Results
🎬 Watch Now: Feature Video

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সাতটাকৈ স্থান দখলেৰে সফলতাৰ ধাৰা অখুন্ন ৰাখিবলৈ সক্ষম হয় নগাঁওৰ ৰামানুজন জুনিয়ৰ কলেজে ৷ মহাবিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত সাতগৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ দহটা স্থান লাভ কৰিবলৈ সক্ষম হয় ৷