thumbnail

By

Published : Mar 26, 2021, 10:49 PM IST

ETV Bharat / Videos

জোনাইত আবেলি ৪ বজা পৰ্যন্ত আৱদ্ধ প্ৰিজাডিং বিষয়া

২৭ মাৰ্চত হ'ব লগা অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত নিৰাপত্তাৰক্ষীসকলক উচিত মাননি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰে প্ৰিজাইডিং বিষয়া । পুৱা ১০ বজাতেই ভোট গ্ৰহণৰ সকলো সামগ্ৰী সংগ্ৰহ কৰি ৪ বজা পৰ্যন্ত গাড়ীত নিৰাপত্তাৰক্ষী বিছাৰি হাহাকাৰ কৰিবলগীয়াত পৰে প্ৰিজাডিং বিষয়া সকলে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.